ভাৰত সম্পৰ্কীয় সাধাৰণ জ্ঞান।সাধাৰণ জ্ঞানৰ প্ৰশ্ন।ভাৰতৰ সাধাৰণ জ্ঞান।অসমীয়া কুইজ

ভাৰত সম্পৰ্কীয় কিছু সাধাৰণ জ্ঞান।সাধাৰণ জ্ঞানৰ প্ৰশ্ন।ভাৰতৰ সাধাৰণ জ্ঞান।অসমীয়া কুইজ।ভাৰতৰ কিছু জনা নজনা তথ্য :



যদিও পৃথিৱী বহু বৈচিত্র আৰু বিভিন্নতাৰ  প্রতীক হয়,আমাৰ ভাৰতবৰ্ষ আৱশ্যিকভাবে তাৰ অন্তর্ভূক্ত এটি দেশ।ভাৰত দেশখন ইমানেই সুন্দৰ যে আমাৰ সন্তান,ছাত্র ছাত্ৰী বা আমি এই দেশ সম্পর্কে জনা দৰকাৰ। সেয়ে আজি কিছু আমাৰ দেশ ভাৰত সম্পৰ্কে তথ্য একত্ৰিত কৰি আপোনালোকৰ আগত দাঙি ধৰিছোঁ ।যি সমূহ বিভিন্ন ধৰণৰ পৰীক্ষা যেনে Tet পৰীক্ষা আদিতো  সহায়ক হব পাৰে। 




ভৌগালিক তথ্যসমূহ :

ভাৰতবর্ষ সমগ্র বিশ্বৰ  সপ্তম বৃহত্তম দেশ,
ভাৰতৰ  আয়তন হল প্রায় 32,87,590 বর্গ কিলোমিটাৰ ।
ভাৰত হল বিশ্বৰ  1.2 বিলিয়ন জনসংখ্যাৰ  দ্বিতীয় জনবহুল  দেশৰ অধিকাৰী।
কর্কটক্রান্তি ৰেখা ভাৰতৰ ঠিক মাজেৰে পাৰ হৈ গৈছে।
ভাৰতৰ  বৃহত্তম হ্রদটঝ হল চিল্কা।
চেৰাপুঞী হল ভাৰতৰ সকলোতকৈ সিক্ত অঞ্চল,
যত বার্ষিক বৃষ্টিপাতৰ  পৰিমান হল অনুমানিক প্রায় 1200 চেন্টিমিটাৰ ।
ভাৰতৰ  দীর্ঘতম নদী হল গঙ্গা,যাৰ  দৈর্ঘ্য 2525 কিমি।
ভাৰতবৰ্ষৰ সৰ্বচ্চো শীতলতম স্থান হল দ্রাস,যি লাদাখৰ পশ্চিমীয় অংশত অবস্থিত।
8,586 মিটাৰ উচ্চতা সম্পন্ন কাঞ্চনজঙ্ঘা হল ভাৰতৰ উচ্চতম শৃঙ্গ।
ভাৰতৰ সৰ্বোচ্চ বৃহত্তম ও ক্ষুদ্রতম ৰাজ্য দুখন  হল যথাক্রমে ৰাজস্থান আৰু গোৱা।


ভাৰতৰ সাংস্কৃতিক বিষয়ৰ তথ্য :


প্রায় 4.500 বছৰ পুৰণি ভাৰতৰ সংস্কৃতি হল বিশ্বৰ প্রাচীনতম সংস্কৃতিসমূহৰ  মাজৰ এটি অন্যতম সংস্কৃতি।
ভাৰতত দুটা সৰ্বোচ্চ জনপ্রিয় ধর্ম হিন্দু ধর্ম আৰু বৌদ্ধ ধর্মেৰ জন্ম হৈছিল।
ভাৰতৰ মোট জনসংখ্যাৰ প্রায় 84 শতাংশ বাসিন্দাই হিন্দু ধৰ্মাৱলম্বীৰ।



ভাৰতৰ ধর্ম সংক্রান্ত তথ্য :


কেবলমাত্র হিন্দু ও বৌদ্ধ ধর্মক আমি ভাৰতত দেখা পাওঁ তেনে নহয়।ভাৰতত একাধিক ধৰ্মাৱলম্বীৰ লোক বসবাস কৰে,
যেনে–ইছলাম,খ্রিষ্টান,শিখ,জৈন  ইত্যাদি।
আগ্রাৰ  তাজমহল হল পৃথিবীৰ সপ্তম আশ্চর্যৰ মাজৰ এটি।
ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ নৃত্যকলা প্ৰচলিত
যেনে  ভাৰতনাট্যম,কথাকলি, কুচিপুৰি,ওড়িশি
ও মণিপুৰি ।
ছাত্ৰ ছাত্ৰীৰ বাবে ভাৰতীয় বস্ত্র সংক্রান্ত তথ্যাৱলী– ভাৰতৰ  প্রতিটি ৰাজ্যই বিভিন্ন প্ৰকাৰৰ বস্ত্র উৎপাদনত পাকৈত।শাড়িৰ পৰা আৰম্ভ কৰি লেহেঙ্গা,লুঙ্গি, কুর্তা–ভাৰতত  সকলো তৈৰি হয়।
ভাৰতৰ 22 টা চৰকাৰী ভাষা আছে।
তামিলনাড়ুত অবস্থিত শ্রী ৰঙ্গনাথস্বামী মন্দিৰটো হল ভাৰতবৰ্ষৰ সৰ্বোচ্চ বৃহত্তম মন্দিৰ (156 একৰ এলেকা)
ভাৰতৰ প্রাচীন সিন্ধু সভ্যতা প্রায় 8000 বছৰৰ অধিক পুৰণি সভ্যতা।
এটা সময়ত ভাৰত  বৌদ্ধ ধৰ্মৰ  কেন্দ্রস্থল আছিল ওঁ সম্রাট অশোকে এই ধৰ্ম বিশ্বত  সম্প্রসাৰিত  কৰাত সহায়তা কৰিছিল,বিশেষ দক্ষিণ পূব এছিয়াত।

ঐতিহাসিক তথ্যসমূহ:


এতিয়া আমি  কিছু প্রাচীন ভাৰতৰ তথ্যাৱলীৰ বিষয়ে আলোচনা  কৰিম।
গণিতৰ জগতত  ভাৰতৰ অৱদান অতুলনীয়।গণিতৰ নানা শাখা যথা বীজগণিত,ক্যালকুলাছ ও।ত্রিকোণমিতিৰ  জন্ম এই ভাৰততে।শূন্যৰ জনক হল আর্যভট্ট যিজন এজন ভাৰতীয়।
দবা  খেলৰ আৰম্ভণি  এই দেশত।
পাঠকৰ বাবে ভাৰতৰ এটি শান্তিপূর্ণ তথ্য হল, ভাৰতৰ ইতিহাসত আমি কেতিয়াও কোন দেশ দখল কৰা নাই।
বিশ্বৰ প্রথম বিশ্ববিদ্যালয়,তক্ষশিলা ভাৰততেই  স্হাপনা কৰা হৈছিল 700 খৃষ্টপূর্বত।
সমূহ ইউৰোপীয় ভাষা সংস্কৃত  ভাষাৰ অংশ যি হল সকলোতকৈ প্রাচীনতম ও সমৃদ্ধ ভাষা।এই ভাষাটোও ভাৰতীয়।
100 খৃষ্টপূর্বয ভাৰতত ডেসিমল পদ্ধতি আৱিষ্কাৰ হৈছিল।
বৌদ্ধায়ন হল সেই জিনিয়াস যিজন পাইৰ মান নির্ণয় কৰিছিল।সেইজনো আছিল এজন ভাৰতীয়।
চিকিৎসা শাস্ত্রেৰ সর্বপ্রথম ৰূপ হল আয়ূর্বেদ,যাৰ প্রচলন প্রাচীন ভাৰতত সর্বপ্রথম হৈছিল।
বিশ্বজয়ী আলেকজেন্ডাৰৰ সেনাবাহিনী ভাৰতত প্ৰৱেশৰ পিছত আৰু অগ্রসৰ নহয়  পিছলৈ গুৰি গৈছিল, সিহঁত নন্দ বংশৰ সম্রাটৰ বিপুল সেনা সম্ভাৰ দেখি অবাক হৈ গৈছিল।
ত্রিভাঙ্কুৰৰ নৃপতি মাৰথান্ডা বর্মা ডাচ নৈবাহিনীক পৰাস্ত কৰিছিল 1741 খ্ৰীষ্টপূৰ্বতে।

প্রাণী সম্ভাৰ :

ভাৰতবৰ্ষত প্রায় 500 টা ওয়াইল্ড লাইফ স্যাংচুয়াৰী আছে।
পূর্ব হিমালয়,পশ্চিমঘাট,ও ইন্দোবর্মা হল ভাৰতৰ  তিনিটা বায়োডাইভর্সিটি হটস্পট।
এছিয়াৰ হাতী,বেংগল টাইগাৰ,এছিয়াৰ সিংহ,কুম্ভীৰ হল অসংখ্য বিপন্ন প্রজাতিৰ  কেইবাটা প্ৰজাতি যি সমূহ ভাৰতত পোৱা যায়।
ভাৰত হল প্রায় ১৩০০ প্রজাতিৰ পক্ষীৰ আবাস ভূমি।
ৰয়েল বেংগল টাইগাৰ হল ভাৰতৰ জাতীয় পশু।
ভাৰতৰ জাতীয় পক্ষী হল ময়ূৰ।
গংগাৰ ডলফিন হল ভাৰতৰ জাতীয় জলজ প্রাণী।
হিমালয়ান ব্লু ছিপ একমাত্র ভাৰতত পোৱা যায়।
সৰাস নামক ক্রেণ জাতীয় পক্ষীসমূহ ভাৰতৰ সকলোতকৈ ডাঙৰ ক্রেণ জাতীয় পক্ষী।
নিউজিলেন্ডৰ  পিছত ভাৰতেই হল পৃথিবীৰ দ্বিতীয় সর্বাধিক ভেড়াৰ আবাসস্থল(75,000,000)।


ভাৰতীয় মূদ্রা সংক্রান্ত তথ্যাৱলী



দুর্নীতিৰ বিৰুদ্ধে পঞ্চম স্তম্ভ NGO সমূহক যুজীবলৈ সহযোগীতা কৰাৰ স্বার্থত ভাৰত চৰকাৰে শূণ্য মূদ্রা ব্যবস্থা নীতি গ্রহণ কৰিছে।
প্রতিটো ভাৰতীয় নোটত  পিছফালে ১৫ টা ভাষাত আৰু সন্মুখত দুটা ভাষাত ইংৰাজী ও হিন্দিত নোটৰ মূল্য লিখা থাকে।
কিছুদিন আগৰ  কথা যেতিয়া ভাৰতীয় 5 টকীয়া মূদ্রা বাংলাদেশলৈ লৈ যোৱা হৈছিল আৰু তাত সেইসমূহ  ক্ষুৰ বা ৰেজাৰ তৈয়াৰ কৰাত ব্যবহাৰ কৰিছিল।
ভাৰতীয় নোটসমূহ তুলা ও তুলাৰ কাগজৰ টুকুৰাৰ দ্বাৰা তৈয়াৰ কৰা হয়।
ভাৰত পাকিস্তান বিভক্ত হোৱাৰ পিছত যিমান দিন পাকিস্তানৰ  নিজস্ব টাঁকশাল তৈৰী হোৱা নাছিল সিমান দিন  ভাৰতীয় মুদ্ৰা ব্যৱহাৰ কৰিছিল ভাৰতে।
বৰ্তমান আমি ৫০০০ বা ১০০০০ হেজাৰ  টকাৰ নোট দেখিব নাপাওঁ।কিন্তু ১৯৫৪ ৰ পৰা ১৯৭৮ পর্যন্ত সেইসমূহ নোট বজাৰত প্ৰচলিত আছিল।
ভাৰতৰ প্ৰতিটো  নোটত INDIA শব্দটো সযতনে অঙ্কিত কৰা  থাকে।
স্থানীয় বেংকৰ বাহিৰে ফটা নোটসমূহ পৰিৱৰ্তন কৰা যায়।
নোট বা মূদ্রা নষ্ট কৰা হল ভাৰতীয় আইনৰ দণ্ডনীয় অপৰাধ।

ক্ৰীড়া  সম্পর্কীয় তথ্য :


হকীৰ জাদুঘৰ ধ্যান চাঁদক সেই সময় হিটলাৰ জার্মান আর্মিত ফিল্ড মার্শালৰ এটি পদতত নিযুক্ত কৰাৰ প্রস্তাব দিছিল কিন্তু তেওঁ সেই প্রস্তাব প্রত্যাখ্যান কৰিছিল আৰু ১৯৩৬ ত বার্লিন অলিম্পিকত ভাৰতীয় হকী দল স্বৰ্ণ  জয়ৰ পিছত এখেতেই প্ৰধান গুৰি ধৰোতা।
প্রথম IPL ৰ সময়ত সাফৰাজ খান আছিল মাত্র দহ বছৰ বয়সৰ।
পাঁচটা আন্তর্জাতিক পুৰুষ কাবাডি টুর্নামেন্ট হৈছে যাৰ প্ৰতিটোতেই ভাৰতে জয়লাভ কৰে।
অলিম্পিকত ভাৰতে  ২৬ খন পদক জয় কৰিছে।
মার্শাল আর্টস বা আত্ম ৰক্ষাৰ খেলৰ উদ্ভৱ ভাৰতত।
ভাৰত অলিম্পিকত প্রথম অংশগ্রহণ কৰিছিল ১৯০০ চনত।
গয়াদেবজি নামৰ এজন কবিৰ  মনত “পৰমবধম” নামক এক খেলৰ ধাৰণা প্রথম  উদ্ভৱ হয়,যিটো বর্তমানত আমি সাপৰ খেল বুলি জানো।
পোলো খেলাৰ প্রাথমিক ধাৰণাৰ সূত্রপাত এই দেশতেই।যদিও এই খেল তাৰ মূল ধাৰণাৰ বহু পৰিৱৰ্তনৰ মাজেদি অগ্রসৰ হৈ আজিৰ পোলো খেলত ৰূপান্তৰ হৈছে।
ভাৰতৰ  জনপ্রিয় খেল হল হকি।
NBA ৰ পিছতেই IPL হল সৰ্বোচ্চ  অর্থ ব্যয় কৰা খেল।অর্থাৎ অর্থ ব্যয় কৰা খেলৰ তালিকাত IPL দ্বিতীয় স্থানত।


ভাৰতীয় সংগীত জগতৰ তথ্য



গন্ধর্ব মহাবিদ্যালয় আছিল ভাৰতৰ প্রথম সংগীত বিদ্যালয়।
প্ৰতিটো ৰাজ্যত ভিন্ন ধৰণৰ লোকসংগীতৰ সৃষ্টি হয়।তাৰে উদাহৰণ হল গুজৰাটৰ ডান্ডিয়া, মহাৰাষ্ট্ৰীৰ লাভণী ইত্যাদি।
ভাৰতৰ প্রথম চাহনাইবাদক হল বাগেশ্বৰী কমাৰ।
চৰদ(সৰদ) এনেকুৱা এটা  বাদ্যযন্ত্র যি সম্পূৰ্ণ ভাৰতীয়।
তবলাও এনে  এক বাদ্যযন্ত্র যি ভাৰতত প্রথম তৈৰী হৈছিল।
বাঞ্জাৰি আছিল ভাৰতৰ প্রথম লোক সংগীতৰ এলবাম,যাৰ মাজত অন্তর্ভূক্ত আছিল গুজৰাট আৰু ৰাজস্থানৰ লোক সংগীতসমূহ।
ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল ৰবীন্দ্ৰনাথঠাকুৰে,যিটো কলকতাৰ এখন জনসভাত প্রথম গোৱা হৈছিল।
বীণা হল খুব সূন্দৰ এটি মধুৰ বাদ্যযন্ত্র,যি ভাৰতত প্রথম তৈৰী হৈছিল
লেডিবার্ড আছিল ভাৰতৰ প্রথম মহিলা পৰিচালনিত বেন্ড।
ক্যামেটিক সংগীত হল ভাৰতৰ এক অন্যতম প্রাচীন শাস্ত্রীয় সংগীতৰ ৰূপ।


ভাৰতীয় উৎসৱ বিষয়ৰ তথ্য :


দীপাৱলী (দিৱালি) হল পোহৰৰ উৎসৱ।ৰাৱণক পৰাজিত কৰাৰ পিছত ভগৱান ৰাম আৰু সীতা দেৱীৰ প্রত্যাবর্তনৰ সূচক।
ফাকুৱা (হোলি) হল ৰঙৰ উৎসৱ ফাকুৱা হিন্দু কেলেণ্ডাৰ মতে নতুন বছৰ আৰম্ভক চিহ্নিত কৰে।
ভাৰতৰ সকলোতকৈ জনপ্ৰিয় ইছলাম ধৰ্মাৱলম্বীৰ উৎসৱ হল ঈদ। ঈদ বছৰত দুবাৰ  পালন কৰি হয়। প্ৰথমখন পবিত্ৰ ৰমাজনৰ শেষত পালন কৰা হয়।
হিন্দু দেব–দেবীৰ আৰাধনা ও নৃত্যেৰ উৎসৱক নৱৰাত্ৰি বুলি বিবেচিত,নৱৰাত্ৰি ন দিন ধৰি উদযাপন কৰা হয়।
গণেশ চতুর্থী হল সিদ্ধি বিনায়ক গণেশেল আৰাধনাত সম্পূৰ্ণ ভাৰত ব্যাপি  উদযাপিত হোৱা এটি অত্যন্ত জনপ্রিয় উৎসব।গণেশ চতুৰ্থী বিশেষ কৰি ভাৰতৰ মুম্বাই চহৰত  উলহ মালহেৰে  উদযাপন কৰা হয়।
ওনাম হল এটি কৃষি উৎসৱ,যি সম্পূৰ্ণ কেৰেলাবাসী উদযাপন কৰে।
জন্মাষ্টমী হল  আৰু এটা জনপ্রিয় উৎসৱ,ভগৱান।
পোঙ্গল হল তামিলনাডুৰ নৱবর্ষ, ই হল তামিলনাডুৰ এটি কৃষি উৎসৱ।
শিখ সম্প্রদায়ৰ লোকসকলে বৈশাখী উদযাপন কৰে সিহঁতৰ কৃষিকাৰ্য আৰম্ভ কৰাৰ সময়ক চিহ্নিত কৰাৰ লক্ষ্যৰে।
উত্তৰ ভাৰতত হিন্দু মহিলায়ছ সিহঁতৰ  স্বামীঋ সুদীর্ঘ সুস্থ জীবনৰ  কামনাত কৰোয়াচৌথ অনুষ্ঠানটো উদযাপন কৰে।


বিঃদ্ৰঃ পোষ্টটো পঢ়ি উপকৃত হলে শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব।

Post a Comment

0 Comments