ভাৰতৰ প্ৰথম মহিলা | অসমীয়া কুইজ | সাধাৰণ জ্ঞান | সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2020

ভাৰতৰ প্ৰথম মহিলা,ভাৰতৰ প্ৰথম মহিলা,

অসমীয়া কুইজ, সাধাৰণ জ্ঞান ,

সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2020



List of First Woman in All Fields in India in [Assamese]

list of first woman in all fields in india in assamese


[তালিকা] ভাৰতৰ প্ৰথম মহিলা



১) ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি — প্ৰতিভা পাটিল।

২) ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী — ইন্দিৰা গান্ধী।

৩) ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল — সৰোজিনী নাইডু।

৪) ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী — সুচেতা কৃপালিনী।

৫) ভাৰতৰ প্ৰথম মিছ ওয়াৰ্ল্ড — ৰিতা ফাৰিয়া।

৬) ভাৰতৰ প্ৰথম মিছ ইউনিভাৰ্স — সুস্মিতা সেন।

৭) ভাৰতৰ প্ৰথম মিছ এশিয়া প্যাসিফিক — জিনাত আমন।

৮) ভাৰতৰ প্ৰথম মিছ ইন্টাৰকন্টিনেন্টাল — লাৰা দত্ত।

৯) ভাৰতৰ প্ৰথম মহিলা মিছেস ওয়াৰ্ল্ড — অদিতি গোয়িত্ৰিকাৰ।

১০) ভাৰতৰ প্ৰথম মিছ আৰ্থ — নিকোলে ফাৰিয়া।

Also Read : Full Forms List

১১) ভাৰতৰ প্ৰথম মহিলা নোবেল জয়ী — মাদাৰ টেৰেছা।

১২) ভাৰতৰ প্ৰথম মহিলা স্নাতক — কাদম্বিনী গাঙ্গুলী ও চন্দ্ৰমুখী বসু।

১৩) ভাৰতৰ প্ৰথম মহিলা স্নাতক (অনাৰ্স) — কামিনী ৰায়।

১৪) ভাৰতৰ প্ৰথম মহিলা ৰেল চালক — সুৰেখা যাদব।

১৫) ভাৰতৰ প্ৰথম মহিলা আইনজীৱী — কৰ্নেলিয়া সোৰাবজী।

১৬) ভাৰতৰ প্ৰথম মহিলা প্ৰধান বিচাৰপতি (উচ্চন্যায়ালয়) — লেয়লা শেঠ।

১৭) ভাৰতৰ প্ৰথম মহিলা বিচাৰপতি (উচ্চতম ন্যায়ালয়) — এম. ফতিমা বিবি।

১৮) ভাৰতৰ প্ৰথম ইংৰাজী চেনেল জয়ী মহিলা সাঁতাৰু — আৰতি সাহা।

১৯) ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী — ৰাজকুমাৰী অমৃতা কৌৰ।

২০) ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ — মীৰা কুমাৰ।

লগতে পঢ়ক: বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম[তালিকা]

২১) ভাৰতৰ প্ৰথম এভাৰেস্ট জয়ী মহিলা — বাচেন্দ্ৰী পাল।

২২) ভাৰতৰ প্ৰথম মহিলা গ্ৰ্যান্ডমাস্টাৰ (দাবা) — কোনেৰু হাম্পি।

২৩) ভাৰতৰ প্ৰথম মহিলা IAS অফিছিৰ — ঈশা বসন্ত যোশী।

২৪) ভাৰতৰ প্ৰথম মহিলা IPS অফিছাৰ — কিৰন বেদী।

২৫) ভাৰতৰ প্ৰথম মহিলা অলিম্পিক ইভেন্ট ফাইনালিস্ট — পি. টি. উষা।

২৬) ভাৰতৰ প্ৰথম মহিলা ৰেলমন্ত্ৰী — মমতা বছনাৰ্জী।

২৭) ভাৰতৰ প্ৰথম মহিলা ৰাজ্য পুলিচ ডি.জি. — কাঞ্চন চৌধুৰী ভট্টাচাৰ্য্য।

২৮) ভাৰতৰ প্ৰথম মহিলা পাইলট (এয়াৰ ফোৰ্স) — হৰিতা কৌৰ দেওল।

২৯) ভাৰতৰ প্ৰথম এছিয়ান গেমৰ সোনৰ পদক জয়ী মহিলা — কমলজিৎ সাঁধু।

৩০) ভাৰতৰ প্ৰথম মহিলা ডক্টৰেট (বিজ্ঞান) — অশীমা চ্যাটাৰ্জী।

৩১) ভাৰতৰ প্ৰথম বুকাৰ প্ৰাইজ জয়ী মহিলা — অৰুন্ধতী ৰায়।

৩২) ভাৰতৰ প্ৰথম মহিলা লেফটেন্যান্ট জেনাৰেল — পুনীতা অৰোৰা।

৩৩) ভাৰতৰ প্ৰথম অশোক চক্ৰ জয়ী মহিলা — নীৰজা ভানোট।

৩৪) ভাৰতৰ প্ৰথম ভাৰত ৰত্ন জয়ী মহিলা — ইন্দিৰা গান্ধী।

৩৫) ভাৰতৰ প্ৰথম জ্ঞানপীঠ পুৰষ্কাৰ জয়ী মহিলা — আশাপূৰ্ণা দেবী।

লগতে পঢ়ক: বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম[তালিকা]

৩৬) ভাৰতৰ প্ৰথম আন্টাৰ্কটিকাত পদাপৰ্নকাৰী মহিলা — মাহেল মুছা।

৩৭) ভাৰতৰ প্ৰথম আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মহিলা সদস্য — নীতা আম্বানি।

৩৮) ভাৰতৰ প্ৰথম মহিলা মুখ্য নিৰ্বাচন কমিছনাৰ — ৰামা দেবী।

৩৯) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰসংঘৰ সাধাৰন অধিৱেশনৰ মহিলা সভাপতি — বিজয়লক্ষ্মী পন্ডিত।

৪০) ভাৰতৰ প্ৰথম অলিম্পিক পদক জয়ী মহিলা — কৰ্ণম মালেশ্বৰী।

৪১) ভাৰতৰ প্ৰথম মহিলা সেনা (স্থলবাহিনী) — শান্তি টিগ্গা।

৪২) ভাৰতৰ প্ৰথম মহিলা মুখ্য তথ্য কমিশনাৰ — দীপক সাঁধু।

৪৩) ভাৰতৰ প্ৰথম মহিলা বিদেশমন্ত্ৰী — সুষমা স্বৰাজ।

৪৪) ভাৰতৰ প্ৰথম মেগছেছ পুৰষ্কাৰ জয়ী মহিলা — কমলাদেবী চ্যাটাৰ্জী।

৪৫) ভাৰতৰ প্ৰথম অলিম্পিক পদক জয়ী মহিলা — পি. ভি. সিন্ধু।

৪৬) ভাৰতৰ প্ৰথম মহিলা বিচাৰপতি (উচ্চ ন্যায়ালয়) — আন্না চান্ডি।

লগতে পঢ়ক: বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম[তালিকা]


৪৭) ভাৰতৰ প্ৰথম UPSC ৰ মহিলা চেয়াৰম্যান — ৰোজে বেথেউ।

৪৮) ভাৰতৰ জাতীয় কংগ্ৰেসেৰ প্ৰথম মহিলা সভাপতি — এনি বেশান্ত।

৪৯) ভাৰতৰ প্ৰথম WTA (টেনিছ) টাইটেল জয়ী মহিলা — সানিয়া মিৰ্জা।

৫০) ভাৰতৰ প্ৰথম অলিম্পিক পদকজয়ী মহিলা বক্সাৰ — মেৰি কম।

Post a Comment

0 Comments