ASSAM GK for GENERAL STUDIES for Competitive Exams- অসমৰ সাধাৰণ জ্ঞান আৰু কুইজ


SSAM GK for GENERAL STUDIES





1. আৰ্যসকল প্রথম ভাৰতবৰ্ষলৈ অহা সময়ত তেওঁলোেক কি আছিল?
(A) যুজাৰু (B) পশুপালক (C) বেপাৰী (D) কৃষক
Ans. (B) পশুপালক
2. আৰ্যসকলে ভাৰতৰ প্রথমে ক’ত বাস কৰাৰ কথা জনা যায়?
(A) দিল্লী (B) কাশ্মীৰ (C) পঞ্জাৱ (D) বিহাৰ
-Ans: (C) পঞ্জাৱ
3. আৰ্যসকলৰ মূল্যৰ মান জোখা তথা মূল্যৱান দ্রব্যবিধ কি আছিল?
(A) মােহৰবােৰ (B) সােণ (C) গােধন (D) ৰূপ
Ans. (C) গােধন
4. সিন্ধু উপত্যকা সভ্যতা তলৰ কোনটো যুগৰ?
(A) প্রত্ন প্রস্তৰ যুগৰ (B) নৱপ্রস্তৰযুগৰ
(C) ক্যালকোলিথিক যুগৰ (D) লৌহ যুগৰ
Ans. (C) ক্যালকোলিথিক যুগৰ
5. সিন্ধু উপত্যকা সভ্যতার বিকাশ কেতিয়া হৈছিল?
(A) ঋগবেদ ৰচনাৰ আগত (B) ' ঋগবেদৰ সময়ত
(C) ঋগবেদ ৰচনাৰ পাচত (D) পুৰাণৰ যুগত
Ans. (A) ঋগবেদ ৰচনাৰ আগত
6. খ্রষ্টপূর্ব প্রায় ১০০০ বছৰ আগতে ৰচিত প্রাচীনতম সাহিত্যিক ৰচনা কি?
(A) ঋগবেদ (B) সামবেদ (C) যজুৰ্বেদ (D) অথর্ব বেদ
Ans. (A) ঋগবেদ
7. সিন্ধু উপত্যকাৰ লােকসকলৰ অৰ্থনীতিৰ বুনিয়াদ তলৰ কোনটো আছিল?
(A) খনিজ পদার্থ (B) শিল্পী (C) কৃষি (D) মীন পালন
Ans. (C) কৃষি
8. সিন্ধু উপত্যকাৰ লােকে লিখিব জানিছিল আৰু তেওঁলােকৰ লিপি কি
আছিল?
(A) চিত্র লিপি (B) ব্রাহ্মী (C) পালি (D) মাগধী
Ans. (A) 164 Farfar
9. সিন্ধু উপত্যকা সভ্যতাৰ কালত এটা বৃহৎস্নানাগাৰটোতল কোন ঠাইত সজা
হৈছি?
(A) হৰপ্লা (B) মহেঞ্জোদাৰ (C) লােথাল (D) কৰাছী
Ans. (B) মহেঞ্জোদাৰৰ

10, ধংসাবশেষৰেৰে প্রমাণ কৰে যে সিন্ধু উপত্যকাৰ লােকে তেওঁলােকৰ
অট্টালিকাৰােৰ সজাইছিল—
(A) পােশা ইটাৰে (B) কাঠেৰে
(C) শিলেৰে (D) শিল আৰুবিলাতীমাটিৰ মিশ্ৰণেৰে
Ans. (A) পােৰা ইটাৰে


Assam Gk || Assam General Knowledge


11.মহেঞ্জোদাৰােৰ মােহৰ এটাত খােদিত পশুৰে আবৃত তিনিটা মূৰ আৰু শিং
থকা দেৱতাজনক কোন বুলি ভবা হয়?
(A) বুদ্র (B) বকশ (C) বিষ্ণু (D) পশুপতি
Ans, (D) পশুপতি
12.কোনখন চহৰক ‘ মৃতকৰচহৰ ’ (City of the Dead) আখ্যা দিয়া হয়।
(A) হবঙ্গ (B) মহেঞ্জোদাৰাে (C) লােথাল (D) ৰূপাৰ।
Ans: (B) মহেঞ্জোদাৰাে
13. তলৰ কোনখন ঠাইত ঘোঁৰাৰ অৱশেষ পােৰা গৈছিল?
(A) মহেঞ্জোদানাে (B) হৰপ্পা (C) চুড়কোটা (D) কনিবাজান
Ans: (C) চুড়কোটাড়া
14, সিন্ধু সভ্যতাত মানুহৰ বাবে ঘোঁৰা আছিল—
(A) পৰিচিত জন্তু (B) অপৰিচিত জন্তু
(C) পােহনীয়া জন্তু (D) বনৰীয়া জন্তু
Ans: (B) অপৰিচিত জন্তু
15. তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ সিন্ধু উপত্যকাৰ মানুহে কৰা নাছিল
(A) রূপ (B) টিন (C) ব্ল’ঞ্জ (D) লাে
Ans: (D) লাে
16. চতুৰামৰ একেবাৰে শেষ অবস্থাটো হ'ল—
(A) ব্রহ্মচর্য (B) গার্হস্থ্য (C) বানপ্রস্থ (D) সন্যাস
Ans; (D) সন্যাস
17. আর্যসকলৰ প্ৰধান জীৱিকা আছিল?
(A) কৃষি (B) শিল্প বাণিজ্য (C) চাকৰি (D) যুদ্ধ
Ans: (A) কৃষি
18. আর্যসকলৰ আটাইতকৈ মূল্যবান জন্তু আছিল
(D) উট
(A) গৰু (B) ঘোৰা (C) গাড়ী
Ans: (A) SV
19, জাতিভেদ প্রথা কোন যুগৰ পৰা প্ৰকট হৈ পৰিছিল?
(A) বৈদিক যুগত (B) পৰৱৰ্তী বৈদিক যুগত
(C) গুপ্ত যুগত (D) মৌর্য যুগত
Ans: (B) পৰৱৰ্তী বৈদিক যুগত
20. ঋকবেদৰ সময়ত ‘ জন ’ হল
(A) এক ব্যবসায়িক গােষ্ঠী (B) একমুদ্রা
(C) এক ৰাজনৈতিক গােট। (D) এটাও নহয়
Ans: (C) এক ৰাজনৈতিক গােট



Assam GK Quiz - General Knowledge Questions and Answers


21. চাৰিখন বৈদিক সাহিত্যৰ অন্যতম ব্রাহ্মণ’ত মুখ্যতঃ কি আছে?
(A) যাগ-যজ্ঞৰ বিধি (B) যুদ্ধৰ কৌশল
(C) মুক্তিৰ বিধি (D) এটাও নহয়
Ans: (A) যাগ-যজ্ঞৰ বিধি
22. তলত উল্লেখ কৰা লােকসকলৰ ভিতৰত কোনজনক বিখ্যাত হিন্দু আইন
প্রণেতা বুলি গণ্য কৰা হয়?
(A) মনু (B) বৰাহমিহিৰ (C) পানিনি (D) শঙ্গৰচাৰ্য্য
Ans. (A) মনু
23. ভাৰতবৰ্ষত ৰূপৰ অস্তিত্ব পােন প্রথমে পােৱা যায়
(A) হৰপ্পা সংস্কৃতিত
(B) পশ্চিম ভাৰতৰ ক্যালকোলিঠিক সংস্কৃতিত
(C) বৈদিক সাহিত্যত
(D) ৰূপৰ চাপমৰা মুদ্ৰাবােৰত
Ans. (A) হৰপ্পা সংস্কৃতিত
24. মহেঞ্জোদাৰৰ চহৰৰ আটাইতকৈ চকুত লগা ধ্বংসাৱশেষ হ’ল ইটাৰে নির্মিত
স্নানাগাৰটো, যাৰ আকাৰ আছিল—
(A) ৩৯ ফুট x২৩ ফুট x ৮ ফুট
(B) ৪০ ফুট x ২৪ ফুট
(C) ৪১ ফুট x ২৫ ফুট x ১০ ফুট
(D) ২৯ ফুট x ২০ ফুট x ৫ ফুট
Ans. (A) ৩৯ ফুট x২৩ ফুট x ৮ ফুট
25. মহেঞ্জোদাৰােক আন এক নামেৰেও জনা যায়। সেই নামটো—
(A) পশ্চিমৰনগৰ (B) মৃতকৰ নগৰ
(C) উষৰ নগৰ (D) আনন্দৰ নগৰ
Ans. (B) মৃতকৰনগৰ
26. মহেঞ্জোদাৰােৰ ভগ্নাৱশেষত পােৱা নৃত্যৰতা ছােৱালীজনীৰ মূৰ্তিটো কি
ধাতুৰেসজা?
(A) সােণ (B) ৰূপ (C) ব্ৰঞ্জ (D) লাে
Ans. (A) সােণ
27. সিন্ধু উপত্যকাৰ লােকসকলৰ ব্যৱসায়িক সম্পর্ক আছিল
(A) লণ্ডন আৰু পেৰিচৰ সৈতে
(B) চীনদেশ আৰু জাপানাৰ লগত
(C) পাৰস্য উপসাগৰ আৰু মােচপটেমিয়াৰ সৈতে
(D) হংকঙৰ সৈতে
Ans. (C) পাৰস্য উপসাগৰ আৰু মােচপটেমিয়াৰ সৈতে
28, সিন্ধু উপত্যকাৰ লােকসকলে বেহাবেপাৰ চলােৱা বন্দৰ নগৰীখন
(A) কোত ডিজি (B) কালিবঙ্গন (C) হস্তিনাপুৰ (D) মদ্রত
Ans. (B) কালিবঙ্গন
29. আৰ্যসকলৰ অৰ্থনীতিত প্রধান ব্যাৱসায়সমূহ আদান-প্রদান কৰা মূল্যৰ এক
আছি
(A) মুদ্রা (B) মােহৰ (C) গৰু (D) ঘোঁৰা
Ans. (C) গৰু
30. আর্যসকলৰ পৰিয়াল আছিল—
(A) পিতৃপ্রধান (B) মাতৃপ্রধান
(C) যৌথ পৰিয়াল (D) একক পৰিয়াল
Ans. (A) পিতৃপ্রধান
31. প্ৰথমখন বৌদ্ধমহামেল ৰাজগৃহত অনুষ্ঠিত কৰা হৈছিল, দ্বিতীয়খন বৈশালীত
অনুষ্ঠিত কৰা হৈছিল। সম্রাট অশােকৰ দিনত হােৱা তৃতীয় বৌদ্ধ মহামেলখ
ক'ত অনুষ্ঠিত কৰা হৈছিল?
(A) মিথিলা (B) বৈশালী (C) পাটলিপুত্র • (D) সাৰনাথ
Ans. (C) পাটলিপুত্র
32. ধর্মপ্ৰচাৰ কৰাৰ অৰ্থেসম্রাট অশােকে জীয়েক সংঘমিত্রাৰ সৈতে শ্রীলংকালৈ
কি বস্তু পঠিয়াইছিল?
(A) বােধিবৃক্ষ (B) তুলসী গাছ (C) আমগছ (D) অতলচ গছ
Ans. (A) বােধিবৃক্ষ
33. অশােকৰ সৰহ সংখ্যক লিপিত খােদিত ভাষাটো হ'ল—
(A) খৰােষ্ঠী (B) ব্রাহ্মী (C) পালি (D) প্রাকৃত
Ans. (B) ব্রাহ্মী
34. চন্দ্রগুপ্ত মৌর্যই পৰাস্ত কৰা গ্ৰীক শাসনকর্তাজন কোন?
(A) চেক (B) কণিষ্ক
(C) আলেকজেণ্ডাৰ (D) এটাও নহয়
Ans: (A) Goobass
35. মগধ ৰাজ্যৰ ৰাজধানী কি আছিল?
(A) কনৌজ (B) পাটলিপুত্র (C) উৰিষ্যা (D) লক্ষ্ণৌ
Ans: (B) পাটলিপুত্র
36. ‘ ভাৰতৰ নেপােলিয়ন ’ বুলি কাক আখ্যা দিয়া হয়?
(A) সমুদ্রগুপ্ত (B) প্রথম চন্দ্রগুপ্ত
(C) বিক্রমাদিত্য (D) কুমাৰগুপ্ত
Ans: (A) সমুদ্রগুপ্ত
37. ‘ বিক্রমাদিত্যউপাধি কোনে গ্ৰহণ কৰিছিল?
(A) প্রথম চন্দ্রগুপ্ত (B) ২ য় চন্দ্রগুপ্ত
(C) সমুদ্রগুপ্ত (D) কুমাৰগুপ্ত
Ans: (B) ২ য় চন্দ্রগুপ্ত
38. দাসৰশৰ প্রতিষ্ঠাতা কোন আছিল?
(A) ইল্যুৎমিছ
(C) ৰেজিয়া চুলতানা ((B D)) বলবন কুতুবুদ্দিন আইবাক
Ans: (B) কুতুবুদ্দিন আইবাক
39. ‘ দাস বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
(A) মহম্মদ ঘােৰী (B) কুটুবুদ্দিন আইবাক
(C) ইলতুৎমিচ (D) গিয়াছুদ্দিন বলবন
Ans: (C) ইলতুৎমিচ
40. ভাৰতবর্ষ আক্রমণকপ্ৰথমজন তুর্কী আছিল ঘজনী ৰাজ্যৰ প্রতিষ্ঠাতা, তেওঁ
কোন?
(A) আলগিন (B) মামুদ (C) মহম্মদ ঘােৰী (D) চবুক্তগীন
Ans: (A) আলগিন
41. চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল?
(A) ১৫ বাৰ (B) ১৬ বাৰ (C) ১৭ বাৰ (D) এটাও নহয়
Ans: (C) ১৭ বাৰ
ভাৰত বুৰঞ্জীত জ্ঞানী মুৰ্ধৰজা বুলিকাক আখ্যা দিয়া হয়?
42. (A) মহম্মদ বিন টোগলকক (B) কুতুবুদ্দিনক
(C) বলবনক (D) ফিৰােজ টোগলকক
Ans: (A) মহম্মদ বিন টোগলক
43. মােগল সাম্রাজ্য প্রতিষ্ঠাতা কোন?
(A) মহম্মদ ঘােৰী (B) চবুক্তগীন
(C) বাবৰ (D) শেৰঘহ
Ans: (C) বাবৰ
44. পানীপথৰ প্ৰথম যুদ্ধ (১৫২৬ খ্রীঃ) কাৰকাৰ মাজত হৈছিল?
(A) বাবৰ আৰুইব্রাহীম লােভী
(B) বাবৰ আৰু হিমু
(C) বাবৰ আৰু মহম্মদ কিনটোগলক
(D) এটাও নহয়
Ans: (A) বাবৰ আৰু ইব্রাহীম লােডী
45. পানীপথৰ দ্বিতীয় যুদ্ধ (১৫৫৬ খ্রীঃ) কাৰকাৰ মাজত সংঘটিত হৈছিল?
(A) বাবৰ আৰু ইব্রাহিম লােড়ী
(B) আকবৰ আৰু হিমু
(C) আকবৰআৰু বৈৰাম খা
(D) এটাও নহয়
Ins: (B) আকবৰ আৰু হিমু
46. মাটিৰ কবুলিয়ট আৰু পট্টা দিয়াৰ নিয়ম বলবৎ কোনেকৰিঙ্গি,
(A) বাৰে (6) আবিৰে
(C) শেশাহে (D) জাহাংগীৰে
Ans: (C) খেৰছে
47. তাজমহল, ময়ুৰ সিংহসিন আৰু জামে মছজিদ কোনে নির্মাণকৰিছি?
(A) ঔৰংগজের (B) জাহাংগীৰ (C) আকিবৰ (D) ছহজাহান।
Als: (D) ছাহজাহান
48, হলদিঘাটৰ যুদ্ধ (১৫৭৬ খ্রীঃ) কাৰকাৰ মাজত হৈছিল?
(A) আৰুৰৰ আৰুৰাণাপ্রতাপ সিংহৰ মাজত
(B) আকবৰ আৰু ৰাণা সংগ্রাম সিংহৰ মাজত
(C) আকবৰ আৰু হিমুৰ মাজত
(D) এটাও নহয়
Ans: (A) আকবৰআৰুণাপ্রতাপ সিংহৰ মাজত
49. ভাৰতৰ শেষ মােগল সম্রাটজনাৰ নাম কি?
(A) ঔৰংজের (B) দ্বিতীয় বাহাদুৰ শ্বাহ
(C) ছাহআলম (D) ফাৰুকছিয়াৰ
Ans: (B) দ্বিতীয় বাহাদুৰ শ্বহ
50, “ জিজিয়া নামৰকৰবিধলগােৱা হৈছিল—
(A) হিন্দুৰ পবিত্র স্থানবােৰত
(B) অনা-মুছলমান লােকৰ ওপৰত
(C) উৎপাদিত ধানৰ এক চতুর্থাংশৰ ওপৰত
(D) পৰাজিত লােকসকলৰ ওপৰত
Ans: (B) অনা-মুছলমান লােকৰ ওপৰত


assamese gk 2021,assamese general knowledge  2020,   
gk of assam culture,assam gk for apsc.assam gk 2021 pdf,assam gk 2020-2021, assam gk website,assam gk for apsc pdf.


51. ভাৰতবৰ্ষলৈ সর্বপ্রথমে কোনে ইছলাম ধৰ্ম আনিছিল?
(A) তুর্কীসকলে (B) আৰবসকলে
(C) খিলিজিবংশৰশাসকসকলে (D) দাসবংশৰ শাসকসকলে
Ans: (C) খিলিজিবংশৰ শাসকসকলে
52. মােগল যুগৰ আটাইতকৈ চমুকাল (মাত্র ৩৫ দিন) কোনে শাসন কৰিছিল
(A) চাহিবুদ্দিন উমৰ শ্বহ (B) মালিক কাফুৰ
(C) আলাউদ্দিন
(D) এওলােকৰ এজনােনহয়
Ans .: (B) মালিক কাফুৰ
53. (আলবেৰুণীয়ে A) তাহকিক-ভাৰতৰ ই-হিন্দ বিষয়ে লিখা গ্রন্থখনৰ (B) হবুক নাম-ই-কি হিন্দ?
(C) অটোৱা-ই-আলমগিৰি (D) ফটোৱা-ই-হিন্দ
Ans .: (A) তাহকিক-ই-হিল
 তজুকইবাৰৰী নামৰ বিখ্যাত বাৰৰ স্মৃতি লিখিছিল
(A) বাবৰে (B) আমিৰ খুৱে
(C) আবুল ফজলে (D) আকবৰে
Ans: (A) বাবৰে
35. “ সকলােৰে বাবে শান্তি” নামৰ আকৰৰ বাণীৰ নাম
(A) চুলহইফুল (B) ফাইইজাদি
(C) টউহি-ই-ইলাহী (D) দিন-ঈ-ইলাহী
Ans: (A) চুলহইকুল
56. ১৮২৯ চনত সতীদাহ প্রথা অপৰাধ বুলি ঘােষণা কৰা ব্রিটিছ গভর্নৰ
জেনেৰেলজনৰ নাম কি?
(A) লর্ডউইলিয়াম বেন্টিংক (B) লর্ড ডেলহাউচি
(C) বার্ট ক্লাইব (D) লর্ড ৰিপন
Ans: (A) লর্ড উইলিয়াম বেন্টিংক
57. অসমৰ পুৰণি নাম কি?
(A) প্রাগজ্যোতিষপুৰ (B) কামৰূপ
(C) অহম (D) তেজপুৰ।
Ans .: (B) 1441
58. ‘ জ্যোতিষশাস্ত্ৰৰ প্ৰাচ্য নগৰী বুলি খ্যাত চহৰখ কি?
(A) হকাপেশ্বৰ (B) শ্রীদুর্জয়
(C) প্রাগজ্যোতিষপুৰ (D) তেজপুৰ।
Ans: (C) প্রাগজ্যোতিষপুৰ
59. প্রাচীনঅসমৰ ইতিহাসৰচনাত প্ৰচুৰ সমলৰ যােগান ধৰা উল্লেখযােগ্য সংস্কৃত
গ্ৰন্থখন কি?
(A) হর্ষচৰিত (B) যােগিনী স্ত্র
(C) কালিকাপুৰাণ (D) ৰামায়ণ
Ans: (C) কালিকাপুৰাণ
60. কোনটো শতিকাৰপৰা প্ৰাচীন কামৰূপৰাজ্যৰ বিস্তৃত বিৱৰণ পােৱা যায়?
(A) চতুর্থ শতিকা (B) দশম শতিকা
(C) ষষ্ঠ শতিকা (D) খ্রীঃ পুঃ চতুর্থ শতিকা
Ans: (A) চতুর্থ শতিকা
61. অসমৰ প্ৰাচীনতমশাসকগৰাকী কোন আছিল?
(A) বাণাসুৰ (B) মহীৰংগদানৱ (C) ভীষ্মক (D) ভগদত্ত
Ans: (B) মহীৰংগ দানৱ
62. কিম্বদন্তী মতে প্রাচীন কামৰূপৰ প্ৰথম ৰজা কোন আছিল।
(A) মহীৰদানৰ (B) নৰকাসুৰ
(C) বাণ (D) ভগও
Ans: (A) মহীৰদানৱ
63. প্রাচীন অসমৰ ৰজা নৰকাসুৰৰ মাতৃ কোন?
(A) কামাখ্যা (B) পার্বতী | (C) বসুমতী (D) এটাও নহয়। 73.
Ans: (C) বসুমতী
64. বিখ্যাতমহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ (তেতিয়া প্ৰাগজ্যোতিষপুৰ)
অংশগ্রহণকৰিছিল? AT
(A) ভাস্কৰ বৰ্মন (B) ভীষ্মক (C) নৰক (D) ভগদত্ত 14
Ans .: (D) ভগদত্ত
65. প্রাচীন অসমত (প্রাগজ্যোতিষপুৰ) দানৱ ৰজা ঘটকাসুৰক বধ কৰি কে
ভৌম বংশ প্রতিষ্ঠা কৰিছিল?
(A) মহীৰংগ দানৱ (B) ব্রজদত্ত
1
(C) ভগদত্ত (D) নৰক ৰজা
Ans .: (D) নৰক ৰজা
66. প্রাচীন অসমৰ ৰজা নৰকাসুৰৰ পুত্র
(A) বাণাসুৰ (B) ভগদত্ত (C) বজ্রদত্ত (D) এটাও নহয়
Ans: (B) ভগদত্ত
67. প্রাচীনকামৰূপৰ ৰজাভগদত্তৰ বীৰত্বআৰুমৃত্যুৰকথা উল্লেখ থকা মহাভাৰত
কাব্যৰ পর্বটোৰ কি?
(A) ভীষ্ম পর্ব (B) কর্ণ পর্ব
(C) বন পর্ব (D) ওপৰৰ এটাও নহয়
Ans: (B) কর্ণ পর্ব
68. প্রাচীনকামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুরুবংশৰকালৈ বিয়া দিয়া
হৈছিল?
(A) যুধিষ্ঠিৰ (B) ভীম (C) অর্জুন (D) দুর্যোধন
Ans .: (D) দুর্যোধন
69. তেজপুৰস্থিত মহাভৈৰৱ শিৱমন্দিৰ কোনগৰাকীৰজাই নির্মাণকৰাইছিল?
(A) বাণাসুৰ (B) ভীষ্মক (C) নৰক (D) ভগদত্ত
Ans .: (A) বাণাসুৰ
70. (প্রাচীন A) প্রাগজ্যোতিষপুৰ অসমৰ ৰজা বাণাসুৰ কোনঠাইৰ (B শাসক) শশাণিতপুৰ আছিল?
(C) কামৰূপ
(D) কুণ্ডিল
Ans .: (B) শােণিতপুৰ
Ans 71. .: (বাণৰজাৰ (C A)) শ্রীকৃষ্ণই অনিৰুদ্ধই জীয়ৰী উষাক (B) কোনে বলােভদ্রই বিয়া কৰাইছিল (C) অনিৰুদ্ধই? (D) শিৱই
.72-. (শদিয়াৰ A) বাণ কুণ্ডিল ৰজাই নদীৰ পাৰত তলৰ কোনজন (B) ৰজাই ভীষ্মক ৰজাই কৃণ্ডিল নগৰ পাতিছিল।
(C) নৰকৰজাই (D) ভগদত্তৰজাই
Ans .: (B) ভীষ্মক ৰজাই
73, বিদৰ্ভৰাজ্যৰ ৰাজধানী কি আছিল?
(A) প্রাগজ্যোতিষপুৰ
((B) কুণ্ডিল
C) তেজপুৰ (D) এটাও নহয়
Ans: (B) কুণ্ডিল
74. অৰুণাচল প্রদেশৰ সীমান্তত থকা মালিনী থানৰ ধ্বংসাৱশেষ কোনখন প্রাচীন
ৰাজ্যৰ স্মৃতি চিহ্ন?
(A) প্রাগজ্যোতিষপুৰ (B) শােণিতপুৰ
(C) বিদর্ভ (D) এটাও নহয়
Ans: (C) বিদর্ভ
75. শ্রীকৃষ্ণই বিবাহ কৰােৱা ভীষ্মকৰকন্যাৰ নাম কি?
(A) ৰাধা (B) ৰুক্মিণী (C) লক্ষ্মী (D) সৰস্বতী
Ans: (B) ৰুক্মিণী
76, কামৰূপত অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা কোন?
(A) বজ্রদত্ত (B) ভাস্কৰবৰ্মন (C) ৰত্নপাল (D) ইন্দ্রপাল
Ans .: (A) 7970
77. শােণিতপুৰ তলৰ কোনজন ৰজাৰ ৰাজধানী আছিল?
(A) বাণ ৰজাৰ (B) ভগদত্তৰ (C) নৰকাসুৰৰ (D) পুষ্য বৰ্মনৰ
Ans .: (A) ' বাণ ৰজাৰ
78. প্রাচীন কামৰূপত ব্ৰহ্মচেয় ’ ভূমিকাক দান কৰা হৈছিল?
(A) ব্রহ্মা (B) ব্রাহ্মণ (C) দেৱতাসকলক (D) ভিক্ষু
Ans .: (B) ব্রাহ্মণ
79. প্রাচীন কালত অসমত তলৰ কোনবিধ প্রাণী যুদ্ধত ব্যৱহাৰ কৰা হৈছিল?
(A) উট (B) হাতী (C) কুকুৰ (D) মহ
Ans .: (B) 707
৪০. প্রাচীন কামৰূপৰ ৰজাসকলৰ ৰাজপ্রতীক কি আছিল?
(A) সিংহ (B) বাঘ (C) হাতী (D) হৰিণ
Ans .: (C) 2107
৪. প্রাচীন অসমৰ ৰজা ঘটকাসুৰ কোন জনগােষ্ঠীৰ নেতা আছিল?
(A) কিতসকলৰ (B) দ্রাবিড়সকলৰ
(C) আর্যসকলৰ (D) মঙ্গোলীয়সকলৰ
Ans .: (A) কিতসকলৰ
৪১. গােহাই কমল আলিক'ৰপৰাক লৈ গৈছে?
(A) কলিয়াবৰৰ পৰা গােৱালপাৰালৈ
(B) শদিয়াৰপৰা ধুবুৰীলৈ
(C) কোচবেহাৰৰ পৰা নাৰায়ণপুৰলৈ
(D) গুৱাহাটীৰ পৰা গােৱালপৰালৈ
Ans .: (C) কোচবেহাৰৰ পৰা নাৰায়ণপুৰলৈ
১০ স্বদেশৰ সাধাৰণ জ্ঞান
83. চান্দো সদাগৰৰ চৰিত্ৰৰ বৰ্ণনা থকা কাহিনীটো তলৰ কোনটো চৰিত্ৰৰ সৈয়
মিলে?।
93.
(4) জয়মতী (B) উষা (C) বেউলা (D) সাৱিত্ৰী
Ans: (C) বেউলা
84, পাল বংশৰ প্ৰথমজন ৰজা কোন আছিল?
(A) ৰত্নপাল (B) ইন্দ্রপাল (C) ব্ৰহ্মপাল (D) গােপাল Ans
Ans: (C) ব্রহ্মপাল 94.
85. পাল বংশৰ ৰজাৰতুপালৰ ৰাজধানী কি?
(A) হৰুপেশ্বৰ (B) দুর্জয়া An
(C) প্রাগজ্যোতিষপুৰ (D) কামৰূপনগৰ 95
Ans: (B) দুর্জয়া
86. ‘ পৰমেশ্বৰ পৰমভট্টাৰক ’ উপাধি গ্ৰহণ কৰা পাল বংশৰ প্ৰথমজন ৰজা A
কোন? 9/
(A) ইন্দ্রপাল (B) ৰত্নপাল (C) ধর্মপাল (D) হর্যপাল
Ans .: (B) 798167
87, তলৰ কোনজন পুষ্য বৰ্মনৰ সমসাময়িক ভাৰতবৰ্ষৰ ৰজা আছিল?
(A) চন্দ্রগুপ্ত (B) সমুদ্রগুপ্ত (৩) হর্ষবর্ধন (D) অশােক
Ans: (B) সমুদ্রগুপ্ত
88. কোনগৰাকীকতাৰাজ্যৰৰজাৰ দিনত দিল্লীৰচুলতান মহম্মদ বিন টোঘলকে
দুবাৰকৈ কমতাৰাজ্য আক্রমণকৰিছিল?
(A) ধর্মনাৰায়ণৰ
(B) দুর্লভাৰায়ণৰ
(C ৰূপনাৰায়ণৰ (D) ইন্দ্ৰনাৰায়ণৰ
Ans: (B) দুর্লভনাৰায়ণৰ
Ans 89.: ((A B কোনগৰাকীশাসকে)) ৰত্নপালে ধর্মপালে (B কামৰূপনগৰ) ধর্মপালে প্ৰতিষ্ঠাকৰি (C) ইন্দ্রপালে নতুন ৰাজধানী (D) বল স্থাপন বর্মনে কবে?
Ans 90, .: ((A খ্যান D)) বা নীলধ্বজ আৰিমত্ত খেন বংশৰ (B প্ৰতিষ্ঠাপক) চক্ৰধ্বজ ৰজাজনৰ (৩) নাম নীলাম্বৰ কি (D) নীলধ্বজ
9. কৰিছিল কোনজন? বর্মনবংশৰ ৰজাইসময়ৰ ক্ষেত্ৰত ‘ গুপ্তা প্রথমবাৰৰ বাবে ব্যৱহাৰ
Ans: ((B A)) পুষ্য ভূতি বর্মন বর্মন (B) ভূতি বর্মন (C) ভাস্কৰ বৰ্মন (D) মহেন্দ্র বর্মন
92. উত্তৰ গুৱাহাটীৰ বেতনা নামৰ ঠাইত এতিয়াও দেখিবলৈ পােৱা বৈদ্যগড়।
নামৰ গড়টো কোনে নির্মাণকৰাইছিল?
Ans .: ((D A)) ভাস্কৰবৰ্মনে আৰিমত্তই (B) ভগদত্তই (C) সমুদ্রবর্মনে (D) আৰিমত্তই।

93. পিছত কোনজন অসিমর্দন’উপাধি ৰজাই শত্রুপক্ষৰ গ্রহণ বিৰুদ্ধে কৰিছিল যুদ্ধত? জয়ী হৈ প্ৰথমতে শত্রুদমন ’ আৰু
(A) কছাৰী ৰজা যশােনাৰায়ণে (B) জয়ন্তীয়া ৰজা ধনমাণিকে
Ans .: ((A C)) কছাৰী কমতাপুৰৰ ৰজা ৰজা যশােনাৰায়ণে সন্ধ্যাই (D) ওপৰৰ এটাও নহয়
94. বর্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল?
Ans .: ((A C)) ভাস্কৰ পুষ্যবর্মন বৰ্মন (B) ভীষ্মক (C) পুষ্যবর্মন (D) ভগদত্ত
Ans 95. .: ((বর্মনবংশৰ A D)) ভাস্কৰ পুষ্যবর্মন কোনগৰাকীৰজাই বৰ্মন (B) সমুদ্র প্রথমে বর্মন “ মহাৰাজাধিৰাজ (C) সুস্থিত বর্মন” উপাধিগ্রহণকৰিছিল (D) পুষ্যবর্মন?
96. অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা বৰ্মন বংশৰ প্ৰথমগৰাকী ৰজাৰ নাম কি?
(A) মহেন্দ্র বর্মন, (B) সমুদ্র বর্মন (C) সুস্থিত বর্মন (D) পুষ্যবর্মন
Ans: (A) মহেন্দ্রবর্মন
97. বর্মন বংশৰ কোনগৰাকী ৰজাৰশাসনৰ সময়ত চীনা পত্রিাজক হিউৱেন চাং
ভাৰতলৈ আহিছিল?
(A) মহেন্দ্র বর্মন (B) ভাস্কৰ বৰ্মন (C) সুস্থিত বর্মন (D) পুষ্যবর্মন
Ans .: (B) ভাস্কৰবৰ্মন
98. কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বর্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল?
(A) মহেন্দ্রবর্মন (B) পুষ্যবর্মন
(C) ভাস্কৰ বৰ্মন (D) সুস্থিত বর্মন
Ans .: (C) ভাস্কৰবর্মন
99. বর্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ শাসন প্রতিষ্ঠা হয়?
(A) ভৌম বংশৰ (B) শালস্তম্ভ বংশৰ
(C) খেন বংশৰ (D) পাল বংশৰ
Ans: (B) শালস্তম্ভ বংশৰ
100. শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি?
(A) সন্ধ্যা (B) আৰিমত্ত (C) সিন্ধু ৰায় (D) শালস্তম্ভ
Ans .: (D) শালস্তম্ভ .







Assam General Knowledge (GK) Questions and Answers,
Assam History questions and answers ,Latest general knowledge questions and answers from Assam
for all competitive exams ssc, upsc, pcs. Assam GK Questions and Answers,

Search Results

Web resulLatest general knowledge questions and answers from Assam,Latest general knowledge questions and answers from Assam for all competitive exams ssc, upsc, pcs. Assam GK Questions and Answers

Post a Comment

0 Comments