Hs 2nd Year Education Question Answer | Class 12 Education Question Answer AHSEC

gseb 12th computer textbook answers,year 12 courses,12 years old grade in school,12th class student age,physical education class 12 previous year questions,ahsec political science syllabus,physical education class 12 last 10 years,online year 12 courses,class 12 year education,

 Question Answer Class 12 Education Assamese. HS 2nd Year Education Solution Assam Board. Higher Secondary Education Second Year.
Assam State Higher Secondary Education Council is Conducting the ... AHSEC HS Question Paper 2021, Assam 12th Model Paper 2021, Assam HS ... 1st and 2nd year sample model papers pdf from old exam question patterns with ... Arts, Commerce group Short Answer Questions, Very Short Answer

শিক্ষাবিজ্ঞানত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান 



A Short Type Questions : 


1. এখন বিতৰণ তালিকাৰ 25 % ৰাশি 10 ৰাশিটোৰ তলত আৰু 25 % ৰাশি 40 ৰাশিটোৰ ওপৰত আছে।বিভাজন তালিকাৰ চতুর্থক বিচ্যুতি নির্ণয় কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)


2. গড় কি ? এখন তালিকাৰ sigma fx 1480 আৰু N = 50 । তালিকাখনৰ গড় নির্ণয় কৰা । ) 

(এই প্ৰশ্নটো 2017 চনত আহিছিল)


3. অনুমিত গড় পদ্ধতিৰে গড় নির্ণয় কৰা সূত্ৰটো লিখা । ) 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)


4. সমূহিত ৰাশিৰ মধ্যমা নির্ণয়ৰ সূত্ৰটো লিখা । ) 

(এই প্ৰশ্নটো 2014 চনত আহিছিল)


5. বহুভুজত বাৰংবাৰতা সমূহ ওপৰত উপস্থাপন কৰা হয় ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)


6. অসমুহিত ৰাশিৰ পৰা গড় নির্ণয়  কৰাৰ সূত্র লিখা ।

(এই প্ৰশ্নটো 2006 চনত আহিছিল)


7. এটা শ্রেণী অন্তৰালৰ মধ্যমান কেনেকৈ  নির্ণয় কৰিবা ?  সূত্র ব্যৱহাৰ কৰিবা । ]

(এই প্ৰশ্নটো 2005 চনত আহিছিল)


8. তলত দিয়া তথ্যসমূহৰ পৰা বহুলক নির্ণয় কৰা :

1 7 , 8 , 9 , 10 , 10 , 11 , 11 , 11 , 12 

(এই প্ৰশ্নটো 2004 চনত আহিছিল) 


9. সমূহিত তথ্যৰ পৰা বহুলক নির্ণয় কৰাৰ সূত্ৰটো লিখা ?

(এই প্ৰশ্নটো 2003 চনত আহিছিল)

 

10. প্ৰসাৰ কি ?  

(এই প্ৰশ্নটো 2002, 2007 আৰু 2011 চনত আহিছিল)


11. সমূহিত তথ্যৰ পৰা গাণিতিক গড় নির্ণয় কৰাৰ চমু পদ্ধতিৰ সূত্ৰটো কি ?

(এই প্ৰশ্নটো 2001 চনত আহিছিল)


12. বিন্যস্ত ৰাশিৰ পৰা মধ্যমা নির্ণয় কৰাৰ সূত্ৰটো কি ?

(এই প্ৰশ্নটো 2000 চনত আহিছিল)


13. তলত দিয়া অবিন্যস্ত তথ্যৰ পৰা বহুলক নির্ণয় কৰা   ঃ

7 , 7 , 8 , 9 , 9 , 9 , 10 , 11 , 11 , 12 .

(এই প্ৰশ্নটো 2000 চনত আহিছিল)


14. তলৰ অসমুহিত তথ্যৰ পৰা মধ্যমা  নির্ণয় কৰা  : 

7,9 , 8 , 6 , 4 , 5 , 3 .

(এই প্ৰশ্নটো 2001চনত আহিছিল)


15. তলত দিয়া অসমূহিত ৰাশিসমূহৰ গড় নির্ণয় কৰা  : 

5 , 10 , 15 , 20 , 25 .

(এই প্ৰশ্নটো 2002 চনত আহিছিল)

 

16. অবিন্যস্ত সংখ্যাবােৰক শৃংখলাবদ্ধভাৱে সজোৱাটোক কি বুলি কোৱা হয় ?

(এই প্ৰশ্নটো 2003 চনত আহিছিল)


17. বহুলক ’ মানে কি ?

(এই প্ৰশ্নটো 2005 আৰু 2011 চনত আহিছিল)


18. যিকোনো  এটা তালিকাৰ সর্বোচ্চ ৰাশি 83 আৰু সর্বনিম্ন ৰাশি 62 । তেনেক্ষেত্ৰত প্ৰসাৰ কি হ’ব ?

(এই প্ৰশ্নটো 2006 চনত আহিছিল)


19. চতুর্থক বিচ্যুতি গণনা কৰা সূত্ৰটো লিখা ।

(এই প্ৰশ্নটো 2007 আৰু 2011 চনত আহিছিল)


20. কেন্দ্রীয় প্রৱণতাৰ কোনটো জোখ ৰাশিসমূহৰ চৰম মানৰ দ্বাৰা অধিক প্রভাৱিত হয় ?

(এই প্ৰশ্নটো 2013 চনত আহিছিল)


21. কেন্দ্রীয় প্রৱণতাৰ স্থানসূচক জোৰটো কি ? ) 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)


22. এটা পৰীক্ষাত অৱতীৰ্ণ হােৱা 15 জন শিক্ষার্থীযুক্ত এটা শ্ৰেণীৰ 5 জন অনুত্তীৰ্ণ হৈছিল । উত্তীর্ণ শিক্ষার্থীসকলৰ নম্বৰসমূহ হৈছে - 40 , 58 , 48 , 66 , 78 , 60,70 , 55 , 44 , 72.ইয়াৰ মধ্যমা নির্ণয় কৰা । 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)


23. কেন্দ্রীয় প্রৱণতাৰ স্থান সূচক জোখ কোনটো ? ) 

(এই প্ৰশ্নটো 2017 চনত আহিছিল)


24. লেখ কি ?


25. ৰাশিৰ অন্তভুক্তকৰণৰ এটা সুবিধা লিখা ?

26. আটাইতকৈ অস্থিৰ কেন্দিয় প্ৰৱণটো কি ?

27. কেন্দিয় প্ৰৱণতাৰ স্থিতিগত জোখটো লিখা ?



B. Short Type Questions : Marks : 


1. কোনাে এখন বাৰংবাৰ বিভাজন তালিকাৰ গড় 45.5 আৰু মধ্যমাও 45.5 । বহুলক নির্ণয় কৰা ।

(এই প্ৰশ্নটো 1999 চনত আহিছিল)


2. তথ্যসামগ্ৰীৰ ৰেখাচৈত্রিক উপস্থাপনৰ যিকোনাে এটা পদ্ধতি অতি চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2000 চনত আহিছিল)

 

3. চতুর্থক বিচ্যুতি বুলিলে কি বুজা ?

(এই প্ৰশ্নটো 1999 আৰু 2003 চনত আহিছিল)


4. ৰাশিৰ তালিকাভুক্তকৰণ কিদৰে কৰা হয় ? চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2000 চনত আহিছিল)


5. সমূহিত তথ্যৰ পৰা মধ্যমা  নির্ণয় কৰাৰ নিয়মবােৰ কি ?

(এই প্ৰশ্নটো 2005 চনত আহিছিল)


6. ৰাশি সমূহৰ T ভেদ্যতা বা পার্থক্য পৰিমাপন কি ? বহুল ব্যৱহৃত পার্থক্য  পৰিমাপন পদ্ধতিৰ নাম 

লিখা ।

(এই প্ৰশ্নটো 2003 চনত আহিছিল)


7. কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় 20 আৰু মধ্যমাও  বহুলক নির্ণয় কৰা ।

(এই প্ৰশ্নটো 2001 চনত আহিছিল)


8. পাইচিত্ৰ কি  ?  উদাহৰণ দিয়া ।

এই প্ৰশ্নটো 2001 চনত আহিছিল)


9. কেন্দ্ৰীয় প্রৱণতাৰ পৰিমাপনবােৰ কি কি ? কেন্দ্রীয় প্রৱণতা পৰিমাপনৰ  জোখবােৰৰ এটাৰ নাম 

লিখা ।

(এই প্ৰশ্নটো 2001 চনত আহিছিল)


10. দণ্ড বা স্তম্ভ  চিত্র কি ? উদাহৰণ দিয়া ।

(এই প্ৰশ্নটো 2002 চনত আহিছিল)


11. আয়তচিত্ৰ আৰু বাৰংবাৰতা T বহুভূজৰ মাজৰ পার্থক্য কি ?

(এই প্ৰশ্নটো 2004 চনত আহিছিল)


12. শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা প্রয়ােগৰ তিনিটা উপযােগিতা লিখা ।

(এই প্ৰশ্নটো 2001, 2008 আৰু 2011 চনত আহিছিল)


3. পৰিসংখ্যা বিজ্ঞান হৈছে একত্রিতকৰণ , বিশ্লেষণ , । ব্যাখ্যাকৰণ আৰু তথ্যপাতি সংগ্ৰহৰ বিজ্ঞান । - চমুকৈ । আলােচনা কৰা ? 

(এই প্ৰশ্নটো 2004 চনত আহিছিল)


14. কেন্দ্রীয় প্রৱণতাৰ মাপ কি ? সাধাৰণতে ব্যৱহৃত অন্ততঃ দুবিধ কেন্দ্রীয় প্রৱণতাৰ মাপ লিখা । 

(এই প্ৰশ্নটো 2005 আৰু 2010 চনত আহিছিল)


15. বিষমতা পৰিমাপৰ যিকোনাে তিনিটা জোখৰ নাম লিখা । 

(এই প্ৰশ্নটো 2006 আৰু 2009 চনত আহিছিল)


16. আয়তচিত্ৰ কি ? 

(এই প্ৰশ্নটো 2007 চনত আহিছিল)


17. মধ্যমা পৰিমাপনৰ তিনিটা সুবিধা প্রদান কৰা । 

(এই প্ৰশ্নটো 2007 চনত আহিছিল)


18. ৰাশিৰ কেন্দ্ৰীয় প্ৰৱণতা বুলিলে কি বুজায় ? ব্যাখ্যা কৰা । 

(এই প্ৰশ্নটো 2007 আৰু 2008 চনত আহিছিল)


19. মধ্যমা কাক  বােলে , লিখা । 

(এই প্ৰশ্নটো 2008 চনত আহিছিল)


20. কোনো তথ্যৰ  গড় 55 আৰু মধ্যমা 56.25 হলে , বহুলক নির্ণয় কৰা । 

(এই প্ৰশ্নটো 2009 চনত আহিছিল)


21. এজন ছাত্ৰৰ উচ্চতম নম্বৰ হ’ল 86 আৰু নিম্নতম নম্বৰ হ’ল 62 । ইয়াৰ প্ৰসাৰ নির্ণয় কৰা । 

(এই প্ৰশ্নটো 2009 চনত আহিছিল)


22. গাণিতিক গড়ৰ তিনিটা সুবিধা উল্লেখ কৰা ।


 

23. চতুর্থক বিচ্যুতি নির্ণয় কৰিব পৰা সূত্ৰটো লিখা ।

(এই প্ৰশ্নটো 2010 চনত আহিছিল)


24. সমুহিত ৰাশিৰ পৰা বহুলক  আৰু মধ্যমা নির্ণয়ৰ সূত্ৰ লিখা । 

(এই প্ৰশ্নটো 2012 চনত আহিছিল)


25. বহুভূজ আৰু আয়তক্ষেত্ৰৰ মাজৰ দুটা পার্থক্য  লিখা ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)


26. বৃত্ত চিত্র কি ? বৃত্ত চিত্র অংকন প্রণালী বর্ণনা কৰা ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)


27. এখন বাৰংবাৰতা বিভাজন তালিকাৰ । T বিভিন্ন অংশসমূহ কি কি ? 

(এই প্ৰশ্নটো 2012 চনত আহিছিল)


28. প্রথম চতুর্থক 61.44 T আৰু চতুর্থক বিচ্যুতি 8.50 । তৃতীয় চতুর্থক নির্ণয় কৰা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)


29. বাৰংবাৰতা বিভাজন তালিকা কি ? পৰিসাংখ্যিক অনুসন্ধানত । ইয়াৰ গুৰুত্ব উল্লেখ কৰা । 

(এই প্ৰশ্নটো 2013 চনত আহিছিল)